Saturday, May 31, 2014

তুমি নথকা সময়বোৰ.....

তুমি নাথাকিলে
আকাশত দেখোন তৰা নাই....
জোনাকত দেখোন পোহৰ নাই....
বৰষুণত দেখোন ছ্ন্দ নাই....
গানবোৰত দেখোন একো সুৰ নাই....

তুমি গুছি যোৱাৰ পাছত দেখোন
সময়ৰ একো গতি নাই.....

No comments:

Post a Comment

মানুহ হেৰুৱাৰ ঠিকনা বিচাৰি

উকা এখিলা কাগজ নিস্তব্ধ আকাশ নিস্তব্ধ সময়… হেৰাই যোৱাজনক বিচাৰি ফুৰা জানো অবান্তৰ? প্ৰশ্ন কৰে তেওঁ নিজকে… উশাহৰো হেনো মূল্য আছে, তেনেহ’লে হে...