Monday, July 2, 2018

অসংল্গন কথাবোৰ

আজি তুমি নহ’লে, মোৰ মন নভৰে....জুবিন গাৰ্গ....ডিৰিয়াল চাহ বাগিছা....শীতৰ ৰাতি....বেডমিন্টন....প্ৰথম প্ৰেম....

পাখি পাখি এই মন....শৈশৱ....বন্ধুত্ৱ....ক্ৰিকেট....

জোনাক গলা, জাৰৰ নিশা....জোনবাই....নিৰৱতা....নিংসগতা....

স্নিগ্ধ জোনাকো মোৰ এন্ধাৰত হয় আজি বিলিন.....তেজপুৰ বিশ্ৱবিদ্যালয়....ব্ৰহ্মপুত্ৰ ছাত্ৰ নিৱাস....১২৭.....শীতৰ নিশাবোৰ....

ৰাস পূৰ্ণিমা....নৈশ বাছ....তেজপুৰ-গুৱাহাটী....এখন চাদৰ....এমুঠি অবাধ্য চুলি....উজাগৰী নিশা....প্ৰেমৰ উকমুকনি....

"আহি পাইছনে তই, ৰৈ আছো তোৰ অপেক্ষাত মই"....তায়ো মোক ভাল পাই.....

মন গ’লে, মোৰ কাষলে, আহিবা এদিন অকলে....তাইৰ কন্ঠ নিগৰি অহা গান....

প্ৰ্ৰেমৰ মাদকতা....প্ৰ্ৰেমৰ অভিমান....প্ৰ্ৰেমৰ দুৰত্ৱ....বিৰহ....

এতিয়া নালাগে তেনে মিঠা হাঁহি....









No comments:

Post a Comment

মানুহ হেৰুৱাৰ ঠিকনা বিচাৰি

উকা এখিলা কাগজ নিস্তব্ধ আকাশ নিস্তব্ধ সময়… হেৰাই যোৱাজনক বিচাৰি ফুৰা জানো অবান্তৰ? প্ৰশ্ন কৰে তেওঁ নিজকে… উশাহৰো হেনো মূল্য আছে, তেনেহ’লে হে...